Recents in Beach

History Of GOPESWAR TEMPLE - গোপেশ্বৰ দেৱালয়ৰ ইতিহাস

গোপেশ্বৰ দেৱালয়

GOPESWAR TEMPLE


প্ৰসঙ্গ কালঃ দশম একাদশ

বাইহাটা চাৰিআলিৰ পৰা প্ৰায় ২ কিঃ মিঃ দক্ষিণে ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষতে দেউদুৱাৰ গাঁৱত এই গোপেশ্বৰ দেৱালয় অৱস্থিত । ঘাইপথৰ সমান্তৰালকৈ আগবঢ়া দীঘ্লীয়া পাহাৰৰ শাৰীৰ এটা প্ৰাকৃতিক গুহাত এই মন্দিৰ স্থাপিত। আনুমানিক দশম-একাদশ শতিকাত স্থাপিত এই দেৱালয়ৰ বিগ্ৰহ শিৱলিংগ। ইয়াত স্থাপত্য আৰু ভাস্কৰ্যৰ ভগ্নাৱশেষ দেখিবলৈ পোৱা যায়।

 কিছু বুৰঞ্জী লেখকে দাবী কৰে যে বখতিয়াৰ খিলিজিয়ে তিব্বত জয় কৰিবলৈ আহি উভতি যাওঁতে এই দেৱালয়তে লুকাই থাকিবলগীয়া পৰিস্থিতিৰ উদ্ভৱ হৈছিল।


Post a Comment

0 Comments