Recents in Beach

History Of PINGLESWAR TEMPLE - পিঙ্গলেশ্বৰ দেৱালয়ৰ ইতিহাস

PINGLESWAR TEMPLE :: পিঙ্গলেশ্বৰ দেৱালয়



পিঙ্গলেশ্বৰ দেৱালয়                                প্ৰসঙ্গ কালঃ দশম একাদশ


স্বৰ্গদেউ শিৱ সিংহই এই  স্থানতে অৰ্ধ নাৰীশ্বৰ শিৱক স্থাপন কৰি  ১৯০০ বিঘা মাটি  দান দি এই দেৱালয় স্থাপন কৰা বুলি জনা  যায় যায় যদিও ১৮৯৭ চনৰ ভূমিকম্পত এই মন্দিৰ ধ্বংশ হয়। পৰৱৰ্তী পৰ্যায়ত  স্থানীয় ৰাইজৰ তৎপৰতাত  ১৯৬০ চনত উক্ত অঞলত চলা খনন কাৰ্য্যত অসংখ্য মূৰ্তি ,শিলালিপিৰ
উপৰিও খোদিত শিলাখণ্ড আৱিস্কৃত  হোৱাৰ লগতে ৬ ইঞ্চি বহল আৰু ১৮ ইঞ্চি দীঘল  জোখৰ এটা বাকচো উদ্ধাৰ হয়। খননত অৰ্ধ নাৰীশ্বৰ মহাদেৱ আৰু ষাঁড় গৰুৰ মূৰ্তি উদ্ধাৰ হোৱাটোও এক উল্লেখযোগ্য ঘটনা । 




Post a Comment

0 Comments